IMG 20140613 212201 1
অসমী , দুমহীয়া অসমীয়া ই - আলোচনী, প্ৰথম বছৰ , প্ৰথম সংখ্যা। জুলাই - আগষ্ট, ২০১৪।



আগকথা
বৰ্তমান সময়ত ইন্টাৰনেটতে ব্যাপক প্ৰসাৰ লাভ কৰাৰ লগে লগে ই- আলোচনী সমূহেও প্ৰসাৰ লাভ কৰিছে। এই ই - আলোচনী সমুহ হৈছে ইন্টাৰনেট সাহিত্যৰ এক অংগ । কিন্তু অসমীয়া ইন্টাৰনেট সাহিত্যৰ ব্যাপক প্ৰসাৰ লাভ কৰিব পৰা নাই। বৰ্তমান ইন্টাৰনেটত সীমিত সংখ্যক অসমীয়া আলোচনী পোৱা যায়। কিছুদিনৰ আগলৈকে অসমীয়া ইন্টাৰনেট সাহিত্যই বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাছিল । ইউনিকোডত অসমীয়া ভাষা অন্তৰ্ভুক্তি হোৱাৰে পাছৰে পৰা অসমীয়া ইন্টাৰনেট সাহিত্যই প্ৰসাৰ লাভ কৰে। ২০১০ চনৰ ১৩ মাৰ্চত প্ৰথম খন অসমীয়া ই - আলোচনী এনাজৰী ডত কমে প্ৰকাশ লাভ কৰে। আনহাতে ইন্টাৰনেটত অসমীয়া সাহিত্যৰ বিষয়ে আলোচনা কৰিবলৈ গলে প্ৰথমে নাম আহে ফেচবুকৰ। ফেচবুকতেই সৰ্বাধিক অসমীয়া সাহিত্যৰ চৰ্চা কৰা হয়। অসমীয়া ই - আলোচনী বেলিকা দেখা যায় যে বেছিভাগ আলোচনী ফেচবুকৰ ওপৰত ভিত্তি কৰিয়েই গঢ় লৈ উঠিছে। যিকিনহওক এই সাহিত্যমূলক লেখনি ফেচবুক মাজতেই আবদ্ধ নাৰাখি অন্যান্যৰ প্ৰতি উলিয়াই দিয়াৰ এক ক্ষুদ্ৰ প্ৰয়াস স্বৰূপে অসমীক নিৰ্মাণ কৰি উলিওৱা হৈছে । আমাৰ উদ্দেশ্য হব নব প্ৰজন্মৰ সাহিত্য মূলক লেখনি সমূহ প্ৰকাশ আৰু প্ৰচাৰ কৰা । ই- আলোচনীখন নিৰ্মাণ কৰোঁতে কাৰিকৰী অসুবিধাই হওঁক বা অনভিজ্ঞতা বাবেই হওঁক যথেষ্ট বিসংগতি ৰৈ গৈছে । ই- আলোচনীখন এটা ভাল ৱেবচাইট নিৰ্মাণ কৰা আশা আছিল যদিও বিশেষকৈ আৰ্থিক অসুবিধাৰ হৈ নুঠিল। এই ই- আলোচনীখন বিশেষকৈ মোবাইল ব্যৱহাৰকাৰী সকলৰ উপযোগীকৈ নিৰ্মাণ কৰা হৈছে । ৱেবচাইটত থকা সীমিত সুবিধাৰ বাবে অনিচ্ছা স্বতেও বিসংগতি ৰৈ গৈছে । ত্বস্বতেও আমি আশা ৰাখিলো অসমী যেন সকলোৱে আদৰি লয়।

শিতান সমূহ
আলোচনী খন পঢ়ি কেনে পালে জনাবৰ বাবে তলত ক্লিক কৰক।

আপোনাৰ মন্তব্য প্ৰদান কৰক

প্ৰস্থান কৰক
মন্তব্য :
[149months ago] নিতুপন :

স্বাগতম

[149months ago] জিন্তু জোনাক :

অনুভৱৰ সেউজীয়া পথাৰত অসমীৰ এই যাত্রা যুগমীয়া আৰু সুগম হওঁক...

[149months ago] Kapil Das:

সুন্দৰ হৈছে ই-আলোচনীখনৰ লিখনিবোৰ ।

[149months ago] debarun:

Awsm yar.

[149months ago] ANUBHAB:

sitan xomuhor naam bilak val dore porhibo pora najay. rang (colour) change koribo.

[149months ago] Rupam Sarma:

Val lagil prhi..agoloi ru prhibo parim bli akha rakhilu

[149months ago] induspondon nath:

xundor hoise.....asomi dirghaiu huar kamona korilu

[149months ago] পৰাগ বৰুৱা :

এখন সফল, আদৰণীয় আলোচনী ৷

[149months ago] দিপাংকর নাথ:

তোমালোকর এজাক সৃস্টিশীল মনর ফচল এই ই আলোচনীঃযুগর প্রদূষিত বতাহর বিপরীতে বলা এই সৃস্টির বতাহ জাকে সকলোকে দিয়ক এখন প্রশান্তির পৃথিবী ।শুভ কামনারে

[149months ago] Dipanita rajkhowa:

ই-আলোচনী খনি পঢ়ি যথেষ্ট ভাল লাগিল |আগলৈও এই অলোচনীৰ পৰৰ্ৱতী সংখ্য সমূহ আশা কৰিলো ।

[149months ago] khilonjyoti dhadumia:

কিছু অংশ পঢ়িলো, ভাল লাগিলে। আশা কৰো, আপোনালোকৰ প্ৰচেষ্টা আৰু সফল হওক। আমাৰ সহযোগিতা আছে।।

[149months ago] নিভা গগৈ:

প্ৰতিটো শিতান তথা ৰূপসজ্জা সুন্দৰ হৈছে ।

[149months ago] Debojit Saikia:

Bht xundor hoise alusoni khn.pohi jothesto aplutou hoisu.xosai bortoman jugor e ek kaljoyee podekkhei.asha u kamona kru agoloiu pohibo pai thakin.....

[149months ago] গকুল দেউৰী:

"অসমী"ৰ সদস্য সকললৈ অভিবাদন, আপোনালোকৰ এই মহৎ উদ্দেশ্য সফল হওঁক । ই এখন সৰু অসমীয়া ই আলোচনী, প্ৰথম বছৰৰ প্ৰথম সংখ্যা যদিও মোৰ মনক আলোকীত কৰিলে । কবিতা, গল্প আদিবোৰ পঢ়ি আপ্লুত হ'লো । শেষত আপোনালোকৰ প্ৰচেষ্টা আলোকিত হওঁক তাৰেই শুভ কামনা থাকিল ।

[149months ago] Dibyajyoti buragohain:

Val lagil pahi....asomiloi whovesya janalu...

[149months ago] chandan jyoti hazarika:

Kiman je duniea lagese pohi... Apunalukoloi takil dene bad.

[149months ago] বিতু বড়া:

ভাল লাগিল

[149months ago] chandan jyoti hazarika:

Vogowanar usorot partana karisu aru jen ag bahe jai.... +917676147363
+917259169156

[149months ago] bhaskorjyoti mahanta:

Hundor podokhyep

[149months ago] Kapil Das:

Phori val lagil. . .protito golpo kobita adite pathok hokole montyobo prokakh koriboporaki hubidha prodan korile val hy


12»
মন্তব্য প্ৰদান কৰক

কপিৰাইত © বাই "অসমী"ৰ হৈ নিতুপন বৰগোহাঁই দ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত ।

Disneyland 1972 Love the old s